¿QUIÉN ES PETER?
Más detalles
Editorial:
Año de edición:
2019
ISBN:
9789523571631
Páginas:
40
Idioma:
Tamaño:
25,4 x 20,3 cm
Categorías adicionales:

আৰোগ্যকাৰী মেকুৰীটো

Assamese Edition of The Healer Cat

Tuula Pere

Tapa dura
Sinopsis

Celesse, the healer cat, is a highly respected member of the neighborhood. As the mistress’s favorite cat, she spends lazy days in the warmth of the house.
One snowy night a mother hare rushes in, desperate for help. Reluctantly, the healer cat travels with her through a nighttime snowstorm and biting cold winds. In a dark forest, Celesse comes face-to-face with a scary surprise and is forced to gather her powers for the first time in a while. 
---
ছেলিছ নামৰ আৰোগ্যকাৰী মেকুৰীটো তাইৰ স্বাভাৱিক গুণৰ বাবে চুবুৰীটোৰ অতি আদৰৰ সদস্য হৈ উঠিছিল৷ গৰাকীনিৰ প্ৰিয় হোৱা বাবে তাইৰ জিৰণিৰ দিনকেইটা ঘৰৰ ভিতৰৰ উম লৈ আৰামত কটাই আছিল৷ 
কিন্তু তেনে এক সময়তে সহায় বিচাৰি এটি মাতৃ শহাপহু ধুমুহা গতিৰে ভিতৰলৈ সোমাই আহিল৷ তাইৰ আকোৰগজালিত হাৰ মানি, অনিচ্ছাস্বত্বেও আৰোগ্যকাৰী মেকুৰীটো নিশাৰ বৰফাবৃত ৰাস্তা আৰু হিমশীতল ধুমুহাৰ মাজেৰে তাইৰ লগত যাবলৈ মান্তি হ’ল৷ গভীৰ অৰণ্যৰ মাজত ছেলিছ এক ভয়ানক বিস্ময়ৰ মুখা-মুখি হ’ল আৰু নিজৰ সমগ্ৰ শক্তি গোটাই লবলৈ বাধ্য হ’ল৷
যেতিয়া দীঘল ৰাতিটো আৰু সফল যাত্ৰাটোৰ অন্ত পৰিছিল, তেতিয়া সূর্য্যৰ উত্তাপে কেৱল হিমাবৃত অৰণ্যই নহয় বৰং আৰোগ্যকাৰী মেকুৰীটোৰ অন্তৰো উমাল কৰি পেলাইছিল৷
 

Vendido por Podibooks
Puntuación del vendedor (0/5)
23,58 €
IVA incluido
FREE PENÍNSULA
AÑADIR AL CARRITO
MÁS OFERTAS

LOS QUE LEYERON ESTE LIBRO TAMBIÉN COMPRARON:

keyboard_arrow_up